সাধাৰণ জ্ঞান General Knowledge GK

                      বিশ্বৰ সাধাৰণ জ্ঞান


১.পৃথিৱীৰ প্রথম প্রধানমন্ত্রীজনৰ নাম কি?

উ: চাৰ ৰবাৰ্ট  ৱালপ'ল।

২.পৃথিৱীৰ প্রথম প্রধানমন্ত্রীজন কোন দেশৰ নাগৰিক আছিল?

উ: গ্ৰেট ব্ৰিটেইনৰ।

৩.পৃথিৱীৰ প্রথম মহিলা প্রধানমন্ত্ৰীগৰাকী কোন আছিল ?

উ: শ্ৰীমতী চিৰিমাভো বন্দৰনাইকে।

৪.বিশ্বৰ প্রথম মহিলা ৰাষ্ট্রপতি কোন আছিল ?

উ: মাৰিয়া ইছাবেল পেৰোন।

৫.কিমান চনত নীল আৰ্মষ্ট্রঙে চন্দ্রপৃষ্ঠত পােন প্রথমবাৰৰ বাবে খােজ দিছিল ?

উ: ১৯৬৯ চনৰ ২১ জুলাই।

৬.বিশ্বৰ বৃহত্তম বৰফৰ হােটেলখন ক’ত অৱস্থিত ?

উ: ছুইডেনত।

৭.বিশ্বৰ বৃহত্তম ৰেল ষ্টেচনটো কোন দেশত অৱস্থিত?

উ: আমেৰিকা যুক্তৰাষ্ট্ৰত।

৮.বিশ্বৰ উচ্চতম অট্টালিকাটোৰ নাম কি?

উ: বুৰ্জ খলিফা (সংযুক্ত আৰব এমিৰেট)

৯.বিশ্বৰ ভিতৰত কোন ধৰ্মাৱলম্বী লােকৰ সংখ্যা সর্বাধিক ?

উ: খ্ৰীষ্টান ধৰ্ম।

১০. অর্থনীতিৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?

উ: আডাম স্মিথ।

১১. UNESCO-ৰ মুখ্য কার্যালয় ক'ত অৱস্থিত?

উ: পেৰিছ।

১২. NASA-ৰ সম্পূৰ্ণ ৰূপ কি?

উ: National Aeronautics and Space Administration.

১৩. বিশ্বৰ সৰ্বাধিক প্রচলিত বাতৰি কাকতখন কি ?

উ: য়ুনিউৰি শ্বিমবুন।

১৪. বিশ্বৰ উচ্চতম স্থানত অৱস্থিত চহৰখনৰ নাম কি?

উ: ৱেনচুৱান (চীন)।

১৫. কোন দেশে বিশ্বৰ প্ৰথমটো কৃত্রিম উপগ্রহ মহাকাশত উপস্থাপন কৰিছিল ?

উ: ৰাছিয়া।

১৬. বিশ্ব সংৰক্ষণ সূচী (World Conservation List) ত অন্তর্ভুক্ত ভাৰতীয় চৰাইবিধৰ নাম কি ?

উ: শগুণ।

১৭. পৃথিৱীৰ ক্ষুদ্রতম মাছটোৰ নাম কি?

উ: পাণ্ডাকা পিগমি।

১৮. বিশ্বৰ আটাইতকৈ উচ্চ বৃক্ষডালৰ নাম কি?ইয়াৰ উচ্চতা কিমান?

উ: ষ্টাট'ষ্ফিয়েৰ গিয়েন্ট। ১১২.৬ মিটাৰ (আমেৰিকা যুক্তৰাষ্ট্ৰ)

১৯. কোনখন দেশৰ সংবিধান পৃথিৱীৰ দীর্ঘতম সংবিধান?

উ: ভাৰত।

২০. বিশ্বৰ ভিতৰত দীর্ঘতম ৰে'লপথটোৰ নাম কি ?

উ: ট্ৰান্স-ছাইবেৰিয়ান ৰেলপথ (১১,২৭০ কি:মি:)

ৰাছিয়াৰ লেনিনগ্ৰেডৰ পৰা ব্লাডিভষ্টকলৈ।

২১. মহাকাশলৈ যােৱা প্রথম প্রাণীটো কি?

উ: কুকুৰ (কুকুৰ টোৰ নাম আছিল লাইকা)

২২. স্বামী বিবেকানন্দই অংশ গ্রহণ কৰা বিশ্ব ধর্মৰ প্ৰসিদ্ধ সভাখন কত অনুষ্ঠিত হৈছিল ?

উ: চিকাগোত।

২৩. ছার্ক’ৰ মুখ্য কার্যালয় ক’ত অৱস্থিত ?

উ: নেপালৰ কাঠমাণ্ডুত।

২৪. কোনখন নদীক ইজিপ্তৰ প্ৰহৰী' বুলি কোৱা হয় ?

উ: নীল নদী।

২৫. বিশ্বত সর্বপ্রথম ছাতিৰ ব্যৱহাৰ কোনখন দেশে কৰিছিল ?

উ: চীন দেশে।

২৬. পৃথিৱী বিখ্যাত ‘ডিচকাছ’দলিওৱা খেলুৱৈৰ মূৰ্তিটো কোনজন প্রখ্যাত ভাস্কর্য শিল্পীৰ আছিল ?

উ: প্ৰাচীন গ্ৰীচ দেশৰ মাইৰণৰ।

২৭. আধুনিক ঔষধৰ পিতৃ’ বুলি কাক কোৱা হয়?

উ: হিপ্পোক্ৰেটছ।

২৮. পঞ্চশীল নীতিৰ উদ্ভাৱক কোন আছিল ?

উ: গৌতম বুদ্ধ।

২৯. পৃথিৱীৰ সর্বাধিক জনবসতিপূর্ণ চহৰখনৰ নাম কি ?

উ: টকিঅ'।

৩০. আটাইতকৈ ব্যস্ত সামুদ্রিক পথ কোনটো?

উ: উত্তৰ আটলান্টা।

৩১. বিশ্বৰ সৰ্বাধিক সংখ্যক লােকে কোৱা ভাষাটো কি?

উ: মাণ্ডাৰিণ।

৩২. মাউন্ট এভাৰেষ্টত আৰহণ কৰা প্রথম মহিলাগৰাকী কোন?

উ: জুনকো টাবেই।

৩৩. ৰাষ্ট্ৰসংঘৰ মুখ্য বিত্তীয় উৎস স্বৰূপ ৰাষ্ট্ৰখনৰ নাম কি?

উ: আমেৰিকা যুক্তৰাষ্ট্ৰ।

৩৪. ৰাষ্ট্ৰসংঘৰ প্রতীক চিহ্ন কি ?

উ: জলফাইৰ গছৰ ঠাল।

৩৫. ৰাষ্ট্ৰসংঘৰ কোন চনত জন্ম হয় ?

উ: ১৯৪৫।

৩৬. ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয় ক’ত অৱস্থিত ?

উ: পেৰিছত।


৩৭. আন্তর্জাতিক ন্যায়ালয়ৰ মুখ্য কার্যালয় ক'ত অবস্থিত?

উ: নেডাৰলেণ্ডত।

৩৮. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্রথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল ?

উ: লণ্ডনত।

৩৯. কোন চনত G-15 গঠিত হৈছিল ?

উ: ১৯৮৯ চনত।

৪০. তেল ৰপ্তানিকৰা দেশবোৰে এটা বাণিজ্যিক সংস্থা গঠন কৰিছে সংস্থাটোৰ নাম কি ?

উ: Organization of Petroleum Exporting Countries.

৪১. কোনটো আন্তর্জাতিক অভিকৰণে এছিয়াৰ উন্নয়নশীল দেশক ঋণ প্রদান কৰে ?

উ: এছিয়াৰ ডেভেল'পমেন্ট বেংক।

৪২. এমনেষ্টি ইণ্টাৰনেচনেল (Amnesty International) নামৰ বিশ্বব্যাপ্ত মানৱ অধিকাৰ সংস্থাটোৰ মুখ্য কার্যালয় ক'ত অৱস্থিত?

উ: লণ্ডনত।

৪৩. ইণ্টাৰপ’লৰ মুখ্য কার্যালয় ক’ত অবস্থিত ?

উ: লিয়নছ (ফ্ৰান্স)।

44. উত্তৰ আটলান্টিক চুক্তি সংঘ (North Atlantic Treaty Organisation) কেতিয়া গঠন কৰা হৈছিল ?

উ:১৯৪৯ চনত।

৪৫. ‘ৰেড ক্ৰচ্ছ সমাজ’ (Red Cross Society) কিহৰ লগত জড়িত?

উ: চিকিৎসা সেৱা।

৪৬. বিশ্বৰ একমাত্র হিন্দু ৰাষ্ট্ৰখনৰ নাম কি ?

উ: নেপাল।

৪৭. ভাৰতবৰ্ষত অৱস্থিত বিশ্বৰ উচ্চতম হাইডেল পাৱাৰ প্রজেক্ট (হাইডেল শক্তি প্রকল্প) টোৰ নাম কি ?

উ: ৰহটং হাইডেল শক্তি প্ৰকল্প।

৪৮. বিশ্বৰ বৃহত্তম উট মেলা’ ৰূপে চিহ্নিত ভাৰতৰ ৰাজস্থানত অনুষ্ঠিত হােৱা বিখ্যাত মেলাখনৰ নাম কি ?

উ: পুষ্কৰ মেলা।

৪৯. বিশ্বৰ একক বৃহত্তম নিয়ােগকাৰী ভাৰতীয় সংস্থাটোৰ নাম কি ?

উ: ভাৰতীয় ৰেল সেৱা।

৫০. এছিয়াৰ কোনখন দেশে পােন প্রথমে আটলান্টিক মহাসাগৰৰ সিপাৰলৈ বিমান সেৱা (Flight) আৰম্ভ কৰিছিল ?

উ: ভাৰত।

৫১. এছিয়াৰ প্রথম সম্পূর্ণ ভূগর্ভস্থ (Underground) প্রকল্পটোৰ নাম

কি?

উ: সঞ্জয় বিদ্যুত প্ৰকল্প। ই হিমাচল প্ৰদেশৰ কিম'ৰ জিলাত অৱস্থিত।

৫২. চুলতান মহম্মদৰ কবৰ নামেৰে জনাজাত বিশ্বৰ বৃহত্তম গম্বুজটো কি?

উ: গোল গম্বুজ।

৫৩. ছার্ক (SAARC) শীর্ষ সন্মিলনৰ জন্ম কেতিয়া হৈছিল ?

উ: ১৯৮৫ চনত।

৫৪. বিশ্বৰ দীর্ঘতম ৰে'ল সুৰংগটোৰ নাম কি ?

উ: আল্পাইন পৰ্বতমালাৰ মাজেদি পাৰ হোৱা গোটহাৰ্দ বেচ টানেল, চুইজাৰলেণ্ড (৫৭ কি:মি:)

৫৫. আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা কোন চনত স্থাপন কৰা হৈছিল ?

উ: ২৫ জুলাই, ১৯৫৭ চন।

৫৬. শৰণাৰ্থীসকলৰ লগত জড়িত আন্তর্জাতিক সংস্থাটোৰ নাম কি?

উ: UNHCR (United Nations High Commission for Refugees)


বিভিন্ন কিতাপৰ পৰা সংগৃহীত



Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

এটা শব্দত প্ৰকাশ কৰা

অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ