ভাৰতৰ কীৰ্তিস্তম্ভ সমুহ। সাধাৰণ জ্ঞান। General knowledge

 ভাৰতৰ কীৰ্তিস্তম্ভ সমুহ আৰু ইয়াৰ অৱস্থিতি আৰু নিৰ্মাতা সকল: 


১। মহাৰাষ্ট্ৰৰ কোনখন ঠাই প্রাচীন গুহা আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত?

উ: অজন্তা গুহা।

২। কোনখন ঠাই সূর্য দেৱতাৰ মন্দিৰৰ বাবে বিখ্যাত?

উ: উড়িশাৰ পুৰী জিলা, ইয়াক ক'লা পেগোডা বুলি কোৱা হয়।

৩। অনন্য খােদিতকৰণ আৰু স্থাপত্য ৰূপাংকনৰ বাবে মাউন্ট আবুস্থিত জৈন মন্দিৰটো বিখ্যাত। এই মন্দিৰটোৰ নাম কি?

উ: ৰাজস্থানৰ দিলৱাৰা মন্দিৰ।

৪। ঔৰংগাবাদৰ ওচৰত অৱস্থিত বিশ্ববিখ্যাত গুহাবােৰৰ নাম কি?

উ: ইলোৰা গুহা।

৫। মুম্বাইৰ পৰা ১৫ মাইল নিলগত অৱস্থিত ১৮ শতিকাৰ বিখ্যাত বৌদ্ধ গুহা মন্দিৰটোৰ নাম কি ?

উ: এলিফেন্টা গুহা।

৬। মুম্বাই পােতাশ্ৰয়ত অৱস্থিত ওখ মুকলি প্ৰৱেশদ্বাৰটোৰ নাম কি?

উ: ভাৰতৰ প্ৰৱেশদ্বাৰ মুম্বাই।

৭। চুলতান মামুদৰ কবৰ বুলি জ্ঞাত বিশ্বৰ বৃহত্তম গম্বুজটোৰ নাম কি ?

উ: কৰ্ণাটকৰ বিজাপুৰত থকা গোল গম্বুজ।

৮ | মধ্যপ্রদেশত অৱস্থিত বিখ্যাত মন্দিৰটোৰ নাম কি ?

উ: খাজুৰাহো।

৯। যমুনা নদীৰ পাৰত অৱস্থিত মহাত্মা গান্ধীৰ সমাধিস্থল কি নামেৰে জনাজাত ?

উ: ৰাজঘাট (দিল্লী)

১০। মধ্যপ্রদেশৰ কোনখন ঠাই বৌদ্ধসকলৰ গৃহস্বৰূপ আৰু বৌদ্ধস্তুপৰ বাবেও বিখ্যাত?

উ: সাঁচী।

১১। ছাহজাহানে তেওঁৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰা স্মৃতিসৌধটোৰ নাম কি ?

উ: আগ্ৰাৰ তাজমহল।

১২। কলকাতাত অৱস্থিত বিখ্যাত কলা বীথিকাটোৰ নাম কি?

উ: ভিক্টোৰিয়া মেম'ৰিয়েল।

১৩। গােৱালিয়ৰত অৱস্থিত বিখ্যাত দুর্গটোৰ নাম কি ?

উ: গোৱালিয়ৰ দুৰ্গ।

১৪। কোনটো বিখ্যাত কীর্তিস্তম্ভৰ মুখ্য প্রৱেশ পথটোৰ নাম লাহােৰ গেট’?

উ: লালকিল্লা।

১৫. অজন্তা গুহা কত অবস্থিত?

উ: জলগাঁও।

১৬. অজন্তা গুহা কোনে নিৰ্মাণ কৰিছিল? 

উ: গুপ্ত শাসক।

১৭. চাৰমিনাৰ কত অবস্থিত? 

উ: হায়দৰাবাদ।

১৮. চাৰমিনাৰ কোনে নিৰ্মাণ কৰিছিল?

উ: কুলি কুতুব শ্বাহ।

১৯. এলিফেন্টা গুহা কোনে নিৰ্মাণ কৰিছিল?

উ: ৰাষ্ট্ৰকূট শাসকসকল।

২০. ইলোৰা গুহা ক'ত অবস্থিত? 

উ: ঔৰংগাবাদ।

২১. ইলোৰা গুহা কোনে নিৰ্মাণ কৰিছিল?

উ: বৌদ্ধ সকল।

২২. হুমায়ুনৰ সমাধি ক'ত অবস্থিত? 

উ: দিল্লী।

২৩. হুমায়ুনৰ সমাধি কোনে নিৰ্মাণ কৰিছিল? 

উ: হুমায়ুনৰ পত্নী।

২৪. জামা মছজিদ কত অবস্থিত?

উ: দিল্লী।

২৫. জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? 

উ: ছাহজাহান।

২৬. লালবাগ কত অবস্থিত?

উ: বাংগালুৰু।

২৭. লালবাগ কোনে নিৰ্মাণ কৰিছিল? 

উ: হাইদৰ আলি।

২৮. ৰাষ্ট্ৰপতি ভৱন কত অবস্থিত? 

উ: দিল্লী।

২৯. ৰাষ্ট্ৰপতি ভৱন কোনে নিৰ্মাণ কৰিছিল? 

উ: ব্ৰিটিছ চৰকাৰ।

৩০. কুতুব মিনাৰ কত অবস্থিত? 

উ: দিল্লী।

৩১. কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? 

উ: কুতুবুদ্দিন আইবাক।

৩২. কামাখ্যা মন্দিৰ কত অবস্থিত? 

উ: গুৱাহাটী, (অসম)

৩৩. কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? 

উ: নৰনাৰায়ণ।

৩৪. লালকিল্লা কত অবস্থিত? 

উ: দিল্লী।

৩৫. লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? 

উ: ছাহজাহান।

৩৬. সবৰমতী আশ্ৰম কত অবস্থিত? 

উ: আহমেদাবাদ।

৩৭. সবৰমতী আশ্ৰম কোনে নিৰ্মাণ কৰিছিল?

উ: মহাত্মা গান্ধী।

৩৮. শান্তি নিকেতন কত অবস্থিত? 

উ: পশ্চিম বংগ।

৩৯.  শান্তি নিকেতন কোনে নিৰ্মাণ কৰিছিল?

উ: ৰবীন্দ্ৰনাথ ঠাকুৰ।

৪০. স্বৰ্ণ মন্দিৰ কত অবস্থিত?

উ: অমৃতসৰ।

৪১. স্বৰ্ণ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উ: গুৰু ৰামদাস।

৪২. ছেন্ট জৰ্জ দুৰ্গ কত অবস্থিত?

উ: চেন্নাই।

৪৩.ছেন্ট জৰ্জ দুৰ্গ কোনে নিৰ্মাণ কৰিছিল?

উ: ইষ্ট ইণ্ডিয়া কোম্পানী।

৪৪. তাজমহল কত অবস্থিত?

উ: আগ্ৰা।

৪৫. তাজমহল কোনে নিৰ্মাণ কৰিছিল?

উ: ছাহজাহান।

৪৬.বিষ্ণুপদ মন্দিৰ কত অবস্থিত?

উ: গয়া।

৪৭. বিষ্ণুপদ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উ: ৰাণী অহল্যাবাঈ।

৪৮. বিজয় স্তম্ভ কত অবস্থিত?

উ: চিতোৰগড়।

৪৯. বিজয় স্তম্ভ কোনে নিৰ্মাণ কৰিছিল?

উ: মহাৰাণা কুম্ভ।

৫০. ভিক্ট'ৰিয়া মেম'ৰিয়েল কত অবস্থিত?

উ: কলকাতা।

৫১. ভিক্ট'ৰিয়া মেম'ৰিয়েল কোনে নিৰ্মাণ কৰিছিল?

উ: ব্ৰিটিছ চৰকাৰ।

৫২. গেটৱে অৱ ইণ্ডিয়া কত অবস্থিত?

উ: মুম্বাই।

৫৩. গেটৱে অৱ ইণ্ডিয়া কোনে নিৰ্মাণ কৰিছিল?

উ: ব্ৰিটিছ চৰকাৰ।

৫৪. আগ্ৰা দুৰ্গ কত অবস্থিত?

উ: আগ্ৰা।

৫৫. আগ্ৰা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল?

উ: আকবৰ।



বিভিন্ন কিতাপৰ পৰা সংগৃহীত।



Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।