দিৱস সমুহ। সাধাৰণ জ্ঞান। General knowledge

 বিভিন্ন দিবস সমুহঃ


সৈনিক দিবসঃ  ১৫ জানুৱাৰী

শ্বহীদ দিবসঃ  ৩০ জানুৱাৰী

ৰাষ্ট্ৰীয় বিজ্ঞান দিবসঃ  ২৮ ফেব্ৰুৱাৰী

আন্তর্জাতিক মহিলা দিবসঃ  ৮ মার্চ

বিশ্ব উপভােক্তাৰ অধিকাৰ দিবসঃ  ১৫ মার্চ

বিশ্ব শাৰীৰিক অক্ষমতা দিবসঃ  ২১ মার্চ

বিশ্ব বতৰ বিজ্ঞান দিবসঃ ২৪ মার্চ

ৰাষ্ট্ৰীয় সামুদ্রিক দিবসঃ  ৫ এপ্রিল

বিশ্ব স্বাস্থ্য দিবসঃ  ৭ এপ্রিল।

বিশ্ব উত্তৰাধিকাৰ দিবসঃ  ১৮ এপ্রিল।

আন্তর্জাতিক বিশ্ব দিবসঃ  ২২ এপ্রিল।

মে দিবসঃ  ০১ মে’

(আন্তর্জাতিক শ্রমিক দিবস)

উগ্রপন্থী বিৰােধিতা দিবসঃ  মে’ ২১

কমনৱেলথ দিবসঃ  মে’ ২৪

ধূমপান নিষিদ্ধ দিবসঃ  মে’ ৩১

বিশ্ব পৰিবেশ দিবসঃ  ৫ জুন

মাদক দ্রব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে দিবসঃ ২৬ জুন।

চিকিৎসক দিবসঃ  ৪ জুলাই

বিশ্ব জনসংখ্যা দিবসঃ  ১১ জুলাই

হিৰােছিমা দিবসঃ  ৬ আগষ্ট

সংস্কৃত দিবসঃ  ২৪ আগষ্ট

ৰাষ্ট্রীয় ক্রীড়া দিবসঃ  ২৯ আগষ্ট

শিক্ষক দিবসঃ  ৫ চেপ্তেম্বৰ

বিশ্ব স্বাক্ষৰতা দিবসঃ  ৮ চেপ্তেম্বৰ

বিশ্ব পর্যটন দিবসঃ  ২৭ চেপ্তেম্বৰ

বিশ্ব বয়ােজ্যেষ্ঠ দিবসঃ  ১ অক্টোবৰ

বিশ্ব পশু দিবস: ৬ অক্টোবৰ

বিমান বাহিনী দিবসঃ  ৮ অক্টোবৰ

বিশ্ব ঐক্য দিবসঃ  ১০ অক্টোবৰ

বিশ্ব খাদ্য দিবসঃ  ১৬ অক্টোবৰ

ইউ.এন. (ইউনাইটেড নেচন) দিবসঃ  ২৪ অক্টোবৰ

ৰাষ্ট্ৰীয় একতা দিবসঃ  ৩১ অক্টোবৰ

শিশু দিবসঃ  নৱেম্বৰ ১৪

বিশ্ব মধুমেহ দিবসঃ  নৱেম্বৰ ১৪

নাগৰিক দিবসঃ  নৱেম্বৰ ১৯

আইন দিবসঃ  নৱেম্বৰ ২৬

বিশ্ব এইডছ দিবসঃ  ডিচেম্বৰ ০১

নৌ-বাহিনী দিবসঃ  ডিচেম্বৰ ০৪

পতাকা দিবসঃ  ডিচেম্বৰ ০৭

মানৱ অধিকাৰ দিবসঃ  ডিচেম্বৰ ১০


বিভিন্ন কিতাপৰ পৰা সংগৃহীত।




Comments

Post a Comment

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।