ধৰ্মীয় গ্ৰন্থসমূহ Gk in Assamese

 ধৰ্মীয় গ্ৰন্থসমূহঃ


১। শিখসকলৰ ধর্মগ্রন্থক কি বুলি জনা যায় ?

উ: গুৰু গ্ৰন্থ চাহেব।

২। সাহিত্যৰ ইতিহাসত আজিলৈ ৰচিত কাব্যসমূহৰ ভিতৰত আটাইতকৈ দীঘল কাব্যখনৰ নাম কি?

উ: মহাভাৰত।

৩। উপনিষদসমূহক কি নামেৰে জনা যায়? 

উ: জন কাণ্ড অৰ্থাৎ নৰ্শনৰ বাখ্যা।

৪। কোনজন মহামুনিয়ে গায়ত্রী মন্ত্র ৰচনা কৰিছিল ?

উ: বিশ্বামিত্ৰ।

৫। মুছলমানসকলৰ ধর্মগ্রন্থ 'কোৰাণ’ খন কোন ভাষাত ৰচিত ?

উ: আৰবী ভাষাত।

৬। প্রাচীনতম বেদ কোনখন ?

উ: ঋকবেদ।

৭। গীতাত কিমানটা শ্লোক আছে?

উ: ৭০০ৰো অধিক।

৮| পুৰাণ প্রধানকৈ কেইখন?

উ: ১৮ খন।

৯। ভাৰতৰ মহৎ ধর্মগ্রন্থ মহাভাৰতৰ ৰচক কোন?

উ: বেদ ব্যাস।

১০। ৰামায়ণৰ ৰচয়িতা কোন?

উ: বাল্মিকী।

বিভিন্ন কিতাপৰ পৰা সংগৃহীত ।



Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।