বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক সমুহ। (National symbols) General Knowledge
বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক সমুহঃ
দেশ প্রতীক
অষ্ট্রেলিয়া কেংগাৰু
বাংলাদেশ ভেঁট ফুল
বার্বাদোজ ত্রিশূলৰ মূৰ
বেলজিয়াম সিংহ
কানাডা মেপল গছৰ পাত
চিলি কপিউ
ডেনমার্ক সাগৰ তীৰ
জার্মানী গোমধানৰ ফুল
গুৱেনা কাজে ফিছেন্ট (চৰাই)
হংকং বাওহিনিয়া (অর্কিড গছ)
ভাৰত সাৰনাথৰ অশােক
স্তম্ভৰশীর্ষভাগৰ প্ৰতিৰূপ
ইৰাণ গােলাপ
আয়াৰলেণ্ড শামৰক
ইজৰাইল ডেভিদৰ তাৰকা
ইটালী বগা ভেঁট ফুল
আইভৰি কোষ্ট হাতী
জাপান ক্রিছেনথেমাম
দেশ প্রতীক
লেবানন কেডাৰ গছ
লাক্সেমবার্গ মুকুট সহসিংহ
মংগােলিয়া চয়ােমবাে
নেদাৰলেণ্ড সিংহ
নিউজিলেণ্ড কিৱি, চাউডার্ন ক্ৰছ,
ঢেঁকীয়া।
নৰৱে সিংহ
পাকিস্তান কাঁচিজোন আৰু তৰা
পাপুৱা নিউ গিনি বার্ড অৱ প্যেৰাডাইছ
স্পেইন ঈগল
ছেনেগাল বাওৱাব গছ।
ছিয়েৰা লিঅ'ন। সিংহ
শ্রীলংকা সিংহ
ছুডান ছেক্রেটাৰিবার্ড (চৰাই)
ছিৰিয়া ঈগল
তুর্কী কাঁচিজোন
ব্রিটিছ যুক্তৰাষ্ট্র ব্রিটেনিয়া আৰু জনবুল
আমেৰিকা যুক্তৰাষ্ট্র সােণালী দণ্ড
জিম্বাবুৱে জিম্বাবুৱে চৰাই
বিভিন্ন কিতাপৰ পৰা সংগৃহীত।
Comments
Post a Comment