বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।
বিপৰীত শব্দ (Opposite words)
শব্দ বিপৰীতাৰ্থক শব্দ
অণু বৃহৎ
অনুগ্রহ নিগ্ৰহ
অনুৰাগ বিৰাগ
অনুকূল প্ৰতিকূল
অলপ বেছি
অহংকাৰ নিৰঅহংকাৰ
অতিবৃষ্টি অনাবৃষ্টি
অমৃত গৰল
অন্তৰ বাহিৰ
অসীম সসীম
অভাৱ উভৈনদী
অন্ধ চাক্ষুষ, দৃষ্টিসম্পন্ন
আচল নকল
আন্ধাৰ পোহৰ
আকাশ পাতাল
আদান প্ৰদান
আৱাহন বিসৰ্জন
আধুনিক প্ৰাচীন
ইহলােক পৰলোক
ইচ্ছা অনিচ্ছা
উক্ত অনুক্ত
উর্বৰ অনুৰ্বৰ
উত্তম অধম
উত্তৰ দক্ষিণ
উত্তমর্ণ অধমৰ্ণ
উৰ্দ্ধ অধঃ
উচিত অনুচিত
উৎকৃষ্ট নিকৃষ্ট
উচ্চ নীচ
উপকাৰ অপকাৰ
আকর্ষণ বিকৰ্ষণ
আনন্দ। বিষাদ, নিৰানন্দ
আবিৰ্ভাৱ তিৰোভাৱ, অন্তৰ্দ্ধান
আদি অন্ত, শেষ
আস্তিক নাস্তিক
আয় ব্যয়
আগ গুৰি , পাছ
আগমন প্ৰত্যাগমন
আচাৰ অনাচাৰ
আপােন পৰ
আশীর্বাদ অভিশাপ
আয়তী বিধৱা
আচামী ফৰিয়াদী
আৰম্ভ শেষ, সমাপ্ত
আশা নিৰাশা
আৰােহণ অৱৰোহণ
গ্রহণ বৰ্জন
গৰিষ্ঠ লঘিষ্ঠ
গৃহস্থী সন্ন্যাসী
গভীৰ তৰাং, অগভীৰ
গহীন চঞ্চল
গােচৰীয়া পদকীয়া
গােপন প্ৰকাশ
ঘৰচীয়া বনৰীয়া
চহকী দুখীয়া
চল অচল
চৰম নৰম
আস্থা অনাস্থা
আদৰ অনাদৰ
উপস্থিত অনুপস্থিত
উদাৰ সংকীৰ্ণ
উত্থান পতন
উদয় অস্ত
উন্নতি অৱনতি
উপযুক্ত অনুপযুক্ত
ওপৰত তলত
এতিয়া তেতিয়া
কোমল কঠিন
কৃতজ্ঞ অকৃতজ্ঞ, কৃতঘ্ন
খাদ্য অখাদ্য
খাল বাম
খোৱা নোখোৱা
গুণ দোষ
গুণী নিৰ্গুণী
দেশপ্রেমিক দেশদ্ৰোহী
ধনী দুখীয়া, দৰিদ্ৰ
নতুন পুৰণি
নির্দোষী দোষী
নির্মল মলিন
নিৰাপদ বিপদজনক
নিৰাকাৰ সাকাৰ
নির্ভীক ভীৰু
ন্যায় অন্যায়
পণ্ডিত মূৰ্খ
পৰিষ্কাৰ অপৰিষ্কাৰ, লেতেৰা
পৰিশ্ৰমী এলেহুৱা, অপৰিশ্ৰমী
পবিত্র অপৱিত্ৰ
পৰিমিত অপৰিমিত
পাতল ডাঠ, গধুৰ
গুৰু শিষ্য
এতিয়া তেতিয়া
কৃশ স্থূল
চিনাকি অচিনাকি
চেতন অচেতন, জড়
জন্ম মৃত্যু
জমা খৰচ
জয় পৰাজয়
জাগৰণ নিদ্ৰা
জ্ঞানী মূৰ্খ, অজ্ঞানী
জীৱন মৰণ
জোখ বিজোখ, অজোখ
ডেকা বুঢ়া
ডাঠ পাতল
দ বাম
দয়ালু নিৰ্দয়, নিষ্ঠুৰ
দাতা কৃপণ
দিন ৰাতি
দীঘল চুটি
দীর্ঘ হ্ৰস্ব
দেৱতা অসুৰ
বাদী বিবাদী, প্ৰতিবাদী
বিশ্বাসী বিশ্বাসঘাতক
বিদ্যা অবিদ্যা
বিধি অবিধি, নিষেধ
বিৰহ মিলন
বিখ্যাত অখ্যাত, কুখ্যাত
বিফলতা সফলতা
বিপদ সম্পদ
বিস্তৃত সংক্ষিপ্ত
বিনীত উদ্ধত
বিনয় গৰ্ব
বৈধ অবৈধ
ভক্তি ঘৃণা
ভাল বেয়া
সংগৃহীত ৰচনা বিচিত্ৰা
ধৰ্ম সিংহ ডেকা।
বিপদৰ বিপৰীত শব্দ কি
ReplyDeleteবিপদ
Deleteখায় =
Delete