Posts

ইংৰাজীৰ সকলো Full form:

Image
  ইংৰাজীৰ সকলো Full form: A.B.I.T.A : Assam Branch of India Tea Association. A.B.C. : Assam Bengal Carrier. A.C.S. : Assam Civil Service. AD : Anno Domini (in the year of the Lord). A.D.C. : Aide-de-camp./Additional Deputy Commissioner A.G. : Accountant General A.I.D.C : Assam Industrial Development Corporation. AIR : All India Radio A.P.S.C. : Assam Public Service Commission. A.S.E.B. Assam State Electricity Board. A.M.C. Assam Medical Collage. B.A. Bachelor of Arts. B.D.S. Bachelor of Dental Surgery. B.B.C. British Broadcasting Corporation. B.A.R.C. Bhabha Atomic Research Centre. B.C. Before Christ. B.R.P.L. : Bongaigaon Refinery and Petro-chemical Limited. B.I.S. British Information Service. C.O. : (C/o) Care of C.I.D. Criminal Intelligence Department. C.P.I. : Communist Party of India. C.B.S.E : Central Board of Secondary Education. C.S.I.R. : Council of Scientific and Industrial Research. D.G.P. : Director General of Police. D.C. : Deputy Commissioner. D.D.T. : Dichloro-diphenyl T

ধৰ্মীয় গ্ৰন্থসমূহ Gk in Assamese

Image
  ধৰ্মীয় গ্ৰন্থসমূহঃ ১। শিখসকলৰ ধর্মগ্রন্থক কি বুলি জনা যায় ? উ: গুৰু গ্ৰন্থ চাহেব। ২। সাহিত্যৰ ইতিহাসত আজিলৈ ৰচিত কাব্যসমূহৰ ভিতৰত আটাইতকৈ দীঘল কাব্যখনৰ নাম কি? উ: মহাভাৰত। ৩। উপনিষদসমূহক কি নামেৰে জনা যায়?  উ: জন কাণ্ড অৰ্থাৎ নৰ্শনৰ বাখ্যা। ৪। কোনজন মহামুনিয়ে গায়ত্রী মন্ত্র ৰচনা কৰিছিল ? উ: বিশ্বামিত্ৰ। ৫। মুছলমানসকলৰ ধর্মগ্রন্থ 'কোৰাণ’ খন কোন ভাষাত ৰচিত ? উ: আৰবী ভাষাত। ৬। প্রাচীনতম বেদ কোনখন ? উ: ঋকবেদ। ৭। গীতাত কিমানটা শ্লোক আছে? উ: ৭০০ৰো অধিক। ৮| পুৰাণ প্রধানকৈ কেইখন? উ: ১৮ খন। ৯। ভাৰতৰ মহৎ ধর্মগ্রন্থ মহাভাৰতৰ ৰচক কোন? উ: বেদ ব্যাস। ১০। ৰামায়ণৰ ৰচয়িতা কোন? উ: বাল্মিকী। বিভিন্ন কিতাপৰ পৰা সংগৃহীত ।

সধাৰণ জ্ঞান general knowledge in Assamese

Image
                          সধাৰণ জ্ঞান (Gk in Assamese)  ১। লক্ষ্ণৌ কোনখন নদীৰ পাৰত অৱস্থিত? উ: গোমতী। ২। জম্মু আৰু কাশ্মীৰৰ ৰাজধানী শ্রীনগৰ কোনখন নদীৰ পাৰত অবস্থিত? উ: ঝিলাম। ৩। সৰযু নদীৰ পাৰত কোনখন পবিত্র নগৰ অৱস্থিত ? উ: অযোধ্যা। ৪। অসী আৰু বৰুণ নদী দুখনৰ নামৰ পৰা কোনখন ভাৰতীয় চহৰৰ নামটো উৎপত্তি হৈছে? উ: বাৰানসী (বৰুন আৰু অসী) ৫। দিলৱাৰা জৈন মন্দিৰ আৰু পুলিচ স্কুলৰ বাবে বিখ্যাত ৰাজস্থানৰ একমাত্র পার্বত্য ঠাইডােখৰৰ নাম কি? উ: মাউণ্ট আবু। ৬। যমুনা নদীৰ সোঁপাৰত অৱস্থিত এনে এখন চহৰৰ নাম উল্লেখ কৰা যিখন ঠাই তাজমহলৰ বাবেও বিখ্যাত? উ: আগ্ৰা। ৭। চালাৰ জং মিউজিয়াম চাব বিচাৰিলে ভাৰতৰ কোনখন চহৰলৈ যাব লাগিব ? উ: হায়দৰাবাদ। ৮। শ্বাজা-মইন-উদ-দিন ছিষ্টিৰ কবৰ ক'ত অৱস্থিত? উ: আজমীৰ। ৯। কাশ্মীৰত প্রায় ১৩,৫০০ ফুট উচ্চতাত অৱস্থিত হিন্দুসকলৰ বিখ্যাত তীর্থস্থানখনৰ নাম কি ? উ: অমৰনাথ। ১০। উত্তৰাঞ্চলৰ হিমালয়ৰ গংগােত্রী হিমবাহৰ ওচৰত অৱস্থিত বিখ্যাত হিন্দু তীর্থস্থান কোনখন ? উ: বদ্ৰীনাথ। ১১। এছিয়াৰ প্ৰথমটো ৰংগমণ্ডল এম্ফিথিয়েটাৰ (Amphitheatre) ভাৰতবৰ্ষৰ অসমত অৱস্থিত। ইয়াৰ নামটো কি ? উ: ৰংঘৰ। ১২। আগ

দিৱস সমুহ। সাধাৰণ জ্ঞান। General knowledge

Image
  বিভিন্ন দিবস সমুহঃ সৈনিক দিবসঃ  ১৫ জানুৱাৰী শ্বহীদ দিবসঃ  ৩০ জানুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিবসঃ  ২৮ ফেব্ৰুৱাৰী আন্তর্জাতিক মহিলা দিবসঃ  ৮ মার্চ বিশ্ব উপভােক্তাৰ অধিকাৰ দিবসঃ  ১৫ মার্চ বিশ্ব শাৰীৰিক অক্ষমতা দিবসঃ  ২১ মার্চ বিশ্ব বতৰ বিজ্ঞান দিবসঃ ২৪ মার্চ ৰাষ্ট্ৰীয় সামুদ্রিক দিবসঃ  ৫ এপ্রিল বিশ্ব স্বাস্থ্য দিবসঃ  ৭ এপ্রিল। বিশ্ব উত্তৰাধিকাৰ দিবসঃ  ১৮ এপ্রিল। আন্তর্জাতিক বিশ্ব দিবসঃ  ২২ এপ্রিল। মে দিবসঃ  ০১ মে’ (আন্তর্জাতিক শ্রমিক দিবস) উগ্রপন্থী বিৰােধিতা দিবসঃ  মে’ ২১ কমনৱেলথ দিবসঃ  মে’ ২৪ ধূমপান নিষিদ্ধ দিবসঃ  মে’ ৩১ বিশ্ব পৰিবেশ দিবসঃ  ৫ জুন মাদক দ্রব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে দিবসঃ ২৬ জুন। চিকিৎসক দিবসঃ  ৪ জুলাই বিশ্ব জনসংখ্যা দিবসঃ  ১১ জুলাই হিৰােছিমা দিবসঃ  ৬ আগষ্ট সংস্কৃত দিবসঃ  ২৪ আগষ্ট ৰাষ্ট্রীয় ক্রীড়া দিবসঃ  ২৯ আগষ্ট শিক্ষক দিবসঃ  ৫ চেপ্তেম্বৰ বিশ্ব স্বাক্ষৰতা দিবসঃ  ৮ চেপ্তেম্বৰ বিশ্ব পর্যটন দিবসঃ  ২৭ চেপ্তেম্বৰ বিশ্ব বয়ােজ্যেষ্ঠ দিবসঃ  ১ অক্টোবৰ বিশ্ব পশু দিবস: ৬ অক্টোবৰ বিমান বাহিনী দিবসঃ  ৮ অক্টোবৰ বিশ্ব ঐক্য দিবসঃ  ১০ অক্টোবৰ বিশ্ব খাদ্য দিবসঃ  ১৬ অক্টোবৰ ইউ.এন. (ইউনাইট

ভাৰতৰ কীৰ্তিস্তম্ভ সমুহ। সাধাৰণ জ্ঞান। General knowledge

Image
 ভাৰতৰ কীৰ্তিস্তম্ভ সমুহ আৰু ইয়াৰ অৱস্থিতি আৰু নিৰ্মাতা সকল:  ১। মহাৰাষ্ট্ৰৰ কোনখন ঠাই প্রাচীন গুহা আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত? উ: অজন্তা গুহা। ২। কোনখন ঠাই সূর্য দেৱতাৰ মন্দিৰৰ বাবে বিখ্যাত? উ: উড়িশাৰ পুৰী জিলা, ইয়াক ক'লা পেগোডা বুলি কোৱা হয়। ৩। অনন্য খােদিতকৰণ আৰু স্থাপত্য ৰূপাংকনৰ বাবে মাউন্ট আবুস্থিত জৈন মন্দিৰটো বিখ্যাত। এই মন্দিৰটোৰ নাম কি? উ: ৰাজস্থানৰ দিলৱাৰা মন্দিৰ। ৪। ঔৰংগাবাদৰ ওচৰত অৱস্থিত বিশ্ববিখ্যাত গুহাবােৰৰ নাম কি? উ: ইলোৰা গুহা। ৫। মুম্বাইৰ পৰা ১৫ মাইল নিলগত অৱস্থিত ১৮ শতিকাৰ বিখ্যাত বৌদ্ধ গুহা মন্দিৰটোৰ নাম কি ? উ: এলিফেন্টা গুহা। ৬। মুম্বাই পােতাশ্ৰয়ত অৱস্থিত ওখ মুকলি প্ৰৱেশদ্বাৰটোৰ নাম কি? উ: ভাৰতৰ প্ৰৱেশদ্বাৰ মুম্বাই। ৭। চুলতান মামুদৰ কবৰ বুলি জ্ঞাত বিশ্বৰ বৃহত্তম গম্বুজটোৰ নাম কি ? উ: কৰ্ণাটকৰ বিজাপুৰত থকা গোল গম্বুজ। ৮ | মধ্যপ্রদেশত অৱস্থিত বিখ্যাত মন্দিৰটোৰ নাম কি ? উ: খাজুৰাহো। ৯। যমুনা নদীৰ পাৰত অৱস্থিত মহাত্মা গান্ধীৰ সমাধিস্থল কি নামেৰে জনাজাত ? উ: ৰাজঘাট (দিল্লী) ১০। মধ্যপ্রদেশৰ কোনখন ঠাই বৌদ্ধসকলৰ গৃহস্বৰূপ আৰু বৌদ্ধস্তুপৰ বাবেও বিখ্যাত? উ: সাঁচী।

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।

Image
                    বিপৰীত শব্দ (Opposite words) শব্দ                             বিপৰীতাৰ্থক শব্দ অণু                            বৃহৎ  অনুগ্রহ                      নিগ্ৰহ অনুৰাগ                     বিৰাগ অনুকূল                    প্ৰতিকূল অলপ                       বেছি অহংকাৰ                   নিৰঅহংকাৰ অতিবৃষ্টি                   অনাবৃষ্টি অমৃত                        গৰল অন্তৰ                         বাহিৰ অসীম                        সসীম অভাৱ                       উভৈনদী অন্ধ                           চাক্ষুষ, দৃষ্টিসম্পন্ন আচল                        নকল আন্ধাৰ                       পোহৰ আকাশ                      পাতাল  আদান                        প্ৰদান আৱাহন                     বিসৰ্জন আধুনিক                     প্ৰাচীন ইহলােক                     পৰলোক ইচ্ছা                           অনিচ্ছা উক্ত                           অনুক্ত উর্বৰ                          অনুৰ্বৰ উত্তম                         অধম উত্তৰ                          দক্ষিণ উত্তমর্ণ                       অধমৰ্ণ উৰ্দ্

বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক সমুহ। (National symbols) General Knowledge

Image
              বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক সমুহঃ দেশ                                প্রতীক অষ্ট্রেলিয়া                      কেংগাৰু বাংলাদেশ                     ভেঁট ফুল বার্বাদোজ                     ত্রিশূলৰ মূৰ বেলজিয়াম                   সিংহ কানাডা                        মেপল গছৰ পাত চিলি                             কপিউ ডেনমার্ক                       সাগৰ তীৰ জার্মানী                         গোমধানৰ ফুল গুৱেনা                          কাজে ফিছেন্ট (চৰাই) হংকং                            বাওহিনিয়া (অর্কিড গছ) ভাৰত                            সাৰনাথৰ অশােক                                                স্তম্ভৰশীর্ষভাগৰ প্ৰতিৰূপ                                  ইৰাণ                             গােলাপ আয়াৰলেণ্ড                    শামৰক ইজৰাইল                        ডেভিদৰ তাৰকা ইটালী                            বগা ভেঁট ফুল আইভৰি কোষ্ট                হাতী জাপান                           ক্রিছেনথেমাম দেশ                               প্রতীক লেবানন                         কেডাৰ গছ লা