খেল-জগত (Sports and games) Q&A General Knowledge
খেল-জগত প্ৰশ্নোত্তৰ (Sports and games Q&A) ১। প্রথম এছিয়ান গেমছত ভাৰতে কোন দেশক পৰাভূত কৰি সােণৰ পদক লাভ কৰিছিল ? উ: ইৰাণ। ২। ১৯৯৮ চনত বেংককত অনুষ্ঠিত হােৱা ত্রয়ােদশ এছিয়ান গেমছৰ ১৫ মিটাৰ ট্ৰেক আৰু ফিল্ড ইভেন্টত সােণৰ পদক অর্জন কৰা প্ৰথম ভাৰতীয়জনৰ নাম কি ? উ: জ্যোতিৰ্ময় শিকদাৰ। ৩। ২০১০ চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হােৱা ঠাইখনৰ নাম কি? উ: নতুন দিল্লী। ৪। এছিয়ান গেমছত পােন প্রথমবাৰৰ বাবে সােণৰ পদক লাভ কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? উ: কমলজিৎ সন্ধু। ৫। প্রথম এছিয়ান গেমছত ভাৰতে কিমানটা সােণৰ পদক লাভ কৰিছিল? উ: ১৭ টা। লিচু কৰিছিল ?তি, নিরালীর রাSIF মাদার চক2 । এর ৬। এদিনীয়া আন্তর্জাতিক ক্রিকেট খেলত হেট্রিক অর্জনক প্রথম ভাৰতীয় খেলুৱৈগৰাকী কোন? উ: চেতন শৰ্মা। ৭। কিমান চনত লিয়েণ্ডাৰ পেজআৰুমহেশ ভূপতিয়ে উইম্বলডনৰ পুৰুষৰ ডাবলছ খিতাপলাভ কৰে? উ: ১৯৯৯ চনত। ৮। ২০০৯ চনৰ ৰাজীৱ গান্ধী...