Posts

Showing posts from October, 2020

ইংৰাজীৰ সকলো Full form:

Image
  ইংৰাজীৰ সকলো Full form: A.B.I.T.A : Assam Branch of India Tea Association. A.B.C. : Assam Bengal Carrier. A.C.S. : Assam Civil Service. AD : Anno Domini (in the year of the Lord). A.D.C. : Aide-de-camp./Additional Deputy Commissioner A.G. : Accountant General A.I.D.C : Assam Industrial Development Corporation. AIR : All India Radio A.P.S.C. : Assam Public Service Commission. A.S.E.B. Assam State Electricity Board. A.M.C. Assam Medical Collage. B.A. Bachelor of Arts. B.D.S. Bachelor of Dental Surgery. B.B.C. British Broadcasting Corporation. B.A.R.C. Bhabha Atomic Research Centre. B.C. Before Christ. B.R.P.L. : Bongaigaon Refinery and Petro-chemical Limited. B.I.S. British Information Service. C.O. : (C/o) Care of C.I.D. Criminal Intelligence Department. C.P.I. : Communist Party of India. C.B.S.E : Central Board of Secondary Education. C.S.I.R. : Council of Scientific and Industrial Research. D.G.P. : Director General of Police. D.C. : Deputy Commissioner. D.D.T. : Dichloro-diphenyl T

ধৰ্মীয় গ্ৰন্থসমূহ Gk in Assamese

Image
  ধৰ্মীয় গ্ৰন্থসমূহঃ ১। শিখসকলৰ ধর্মগ্রন্থক কি বুলি জনা যায় ? উ: গুৰু গ্ৰন্থ চাহেব। ২। সাহিত্যৰ ইতিহাসত আজিলৈ ৰচিত কাব্যসমূহৰ ভিতৰত আটাইতকৈ দীঘল কাব্যখনৰ নাম কি? উ: মহাভাৰত। ৩। উপনিষদসমূহক কি নামেৰে জনা যায়?  উ: জন কাণ্ড অৰ্থাৎ নৰ্শনৰ বাখ্যা। ৪। কোনজন মহামুনিয়ে গায়ত্রী মন্ত্র ৰচনা কৰিছিল ? উ: বিশ্বামিত্ৰ। ৫। মুছলমানসকলৰ ধর্মগ্রন্থ 'কোৰাণ’ খন কোন ভাষাত ৰচিত ? উ: আৰবী ভাষাত। ৬। প্রাচীনতম বেদ কোনখন ? উ: ঋকবেদ। ৭। গীতাত কিমানটা শ্লোক আছে? উ: ৭০০ৰো অধিক। ৮| পুৰাণ প্রধানকৈ কেইখন? উ: ১৮ খন। ৯। ভাৰতৰ মহৎ ধর্মগ্রন্থ মহাভাৰতৰ ৰচক কোন? উ: বেদ ব্যাস। ১০। ৰামায়ণৰ ৰচয়িতা কোন? উ: বাল্মিকী। বিভিন্ন কিতাপৰ পৰা সংগৃহীত ।

সধাৰণ জ্ঞান general knowledge in Assamese

Image
                          সধাৰণ জ্ঞান (Gk in Assamese)  ১। লক্ষ্ণৌ কোনখন নদীৰ পাৰত অৱস্থিত? উ: গোমতী। ২। জম্মু আৰু কাশ্মীৰৰ ৰাজধানী শ্রীনগৰ কোনখন নদীৰ পাৰত অবস্থিত? উ: ঝিলাম। ৩। সৰযু নদীৰ পাৰত কোনখন পবিত্র নগৰ অৱস্থিত ? উ: অযোধ্যা। ৪। অসী আৰু বৰুণ নদী দুখনৰ নামৰ পৰা কোনখন ভাৰতীয় চহৰৰ নামটো উৎপত্তি হৈছে? উ: বাৰানসী (বৰুন আৰু অসী) ৫। দিলৱাৰা জৈন মন্দিৰ আৰু পুলিচ স্কুলৰ বাবে বিখ্যাত ৰাজস্থানৰ একমাত্র পার্বত্য ঠাইডােখৰৰ নাম কি? উ: মাউণ্ট আবু। ৬। যমুনা নদীৰ সোঁপাৰত অৱস্থিত এনে এখন চহৰৰ নাম উল্লেখ কৰা যিখন ঠাই তাজমহলৰ বাবেও বিখ্যাত? উ: আগ্ৰা। ৭। চালাৰ জং মিউজিয়াম চাব বিচাৰিলে ভাৰতৰ কোনখন চহৰলৈ যাব লাগিব ? উ: হায়দৰাবাদ। ৮। শ্বাজা-মইন-উদ-দিন ছিষ্টিৰ কবৰ ক'ত অৱস্থিত? উ: আজমীৰ। ৯। কাশ্মীৰত প্রায় ১৩,৫০০ ফুট উচ্চতাত অৱস্থিত হিন্দুসকলৰ বিখ্যাত তীর্থস্থানখনৰ নাম কি ? উ: অমৰনাথ। ১০। উত্তৰাঞ্চলৰ হিমালয়ৰ গংগােত্রী হিমবাহৰ ওচৰত অৱস্থিত বিখ্যাত হিন্দু তীর্থস্থান কোনখন ? উ: বদ্ৰীনাথ। ১১। এছিয়াৰ প্ৰথমটো ৰংগমণ্ডল এম্ফিথিয়েটাৰ (Amphitheatre) ভাৰতবৰ্ষৰ অসমত অৱস্থিত। ইয়াৰ নামটো কি ? উ: ৰংঘৰ। ১২। আগ

দিৱস সমুহ। সাধাৰণ জ্ঞান। General knowledge

Image
  বিভিন্ন দিবস সমুহঃ সৈনিক দিবসঃ  ১৫ জানুৱাৰী শ্বহীদ দিবসঃ  ৩০ জানুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিবসঃ  ২৮ ফেব্ৰুৱাৰী আন্তর্জাতিক মহিলা দিবসঃ  ৮ মার্চ বিশ্ব উপভােক্তাৰ অধিকাৰ দিবসঃ  ১৫ মার্চ বিশ্ব শাৰীৰিক অক্ষমতা দিবসঃ  ২১ মার্চ বিশ্ব বতৰ বিজ্ঞান দিবসঃ ২৪ মার্চ ৰাষ্ট্ৰীয় সামুদ্রিক দিবসঃ  ৫ এপ্রিল বিশ্ব স্বাস্থ্য দিবসঃ  ৭ এপ্রিল। বিশ্ব উত্তৰাধিকাৰ দিবসঃ  ১৮ এপ্রিল। আন্তর্জাতিক বিশ্ব দিবসঃ  ২২ এপ্রিল। মে দিবসঃ  ০১ মে’ (আন্তর্জাতিক শ্রমিক দিবস) উগ্রপন্থী বিৰােধিতা দিবসঃ  মে’ ২১ কমনৱেলথ দিবসঃ  মে’ ২৪ ধূমপান নিষিদ্ধ দিবসঃ  মে’ ৩১ বিশ্ব পৰিবেশ দিবসঃ  ৫ জুন মাদক দ্রব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে দিবসঃ ২৬ জুন। চিকিৎসক দিবসঃ  ৪ জুলাই বিশ্ব জনসংখ্যা দিবসঃ  ১১ জুলাই হিৰােছিমা দিবসঃ  ৬ আগষ্ট সংস্কৃত দিবসঃ  ২৪ আগষ্ট ৰাষ্ট্রীয় ক্রীড়া দিবসঃ  ২৯ আগষ্ট শিক্ষক দিবসঃ  ৫ চেপ্তেম্বৰ বিশ্ব স্বাক্ষৰতা দিবসঃ  ৮ চেপ্তেম্বৰ বিশ্ব পর্যটন দিবসঃ  ২৭ চেপ্তেম্বৰ বিশ্ব বয়ােজ্যেষ্ঠ দিবসঃ  ১ অক্টোবৰ বিশ্ব পশু দিবস: ৬ অক্টোবৰ বিমান বাহিনী দিবসঃ  ৮ অক্টোবৰ বিশ্ব ঐক্য দিবসঃ  ১০ অক্টোবৰ বিশ্ব খাদ্য দিবসঃ  ১৬ অক্টোবৰ ইউ.এন. (ইউনাইট

ভাৰতৰ কীৰ্তিস্তম্ভ সমুহ। সাধাৰণ জ্ঞান। General knowledge

Image
 ভাৰতৰ কীৰ্তিস্তম্ভ সমুহ আৰু ইয়াৰ অৱস্থিতি আৰু নিৰ্মাতা সকল:  ১। মহাৰাষ্ট্ৰৰ কোনখন ঠাই প্রাচীন গুহা আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত? উ: অজন্তা গুহা। ২। কোনখন ঠাই সূর্য দেৱতাৰ মন্দিৰৰ বাবে বিখ্যাত? উ: উড়িশাৰ পুৰী জিলা, ইয়াক ক'লা পেগোডা বুলি কোৱা হয়। ৩। অনন্য খােদিতকৰণ আৰু স্থাপত্য ৰূপাংকনৰ বাবে মাউন্ট আবুস্থিত জৈন মন্দিৰটো বিখ্যাত। এই মন্দিৰটোৰ নাম কি? উ: ৰাজস্থানৰ দিলৱাৰা মন্দিৰ। ৪। ঔৰংগাবাদৰ ওচৰত অৱস্থিত বিশ্ববিখ্যাত গুহাবােৰৰ নাম কি? উ: ইলোৰা গুহা। ৫। মুম্বাইৰ পৰা ১৫ মাইল নিলগত অৱস্থিত ১৮ শতিকাৰ বিখ্যাত বৌদ্ধ গুহা মন্দিৰটোৰ নাম কি ? উ: এলিফেন্টা গুহা। ৬। মুম্বাই পােতাশ্ৰয়ত অৱস্থিত ওখ মুকলি প্ৰৱেশদ্বাৰটোৰ নাম কি? উ: ভাৰতৰ প্ৰৱেশদ্বাৰ মুম্বাই। ৭। চুলতান মামুদৰ কবৰ বুলি জ্ঞাত বিশ্বৰ বৃহত্তম গম্বুজটোৰ নাম কি ? উ: কৰ্ণাটকৰ বিজাপুৰত থকা গোল গম্বুজ। ৮ | মধ্যপ্রদেশত অৱস্থিত বিখ্যাত মন্দিৰটোৰ নাম কি ? উ: খাজুৰাহো। ৯। যমুনা নদীৰ পাৰত অৱস্থিত মহাত্মা গান্ধীৰ সমাধিস্থল কি নামেৰে জনাজাত ? উ: ৰাজঘাট (দিল্লী) ১০। মধ্যপ্রদেশৰ কোনখন ঠাই বৌদ্ধসকলৰ গৃহস্বৰূপ আৰু বৌদ্ধস্তুপৰ বাবেও বিখ্যাত? উ: সাঁচী।

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।

Image
                    বিপৰীত শব্দ (Opposite words) শব্দ                             বিপৰীতাৰ্থক শব্দ অণু                            বৃহৎ  অনুগ্রহ                      নিগ্ৰহ অনুৰাগ                     বিৰাগ অনুকূল                    প্ৰতিকূল অলপ                       বেছি অহংকাৰ                   নিৰঅহংকাৰ অতিবৃষ্টি                   অনাবৃষ্টি অমৃত                        গৰল অন্তৰ                         বাহিৰ অসীম                        সসীম অভাৱ                       উভৈনদী অন্ধ                           চাক্ষুষ, দৃষ্টিসম্পন্ন আচল                        নকল আন্ধাৰ                       পোহৰ আকাশ                      পাতাল  আদান                        প্ৰদান আৱাহন                     বিসৰ্জন আধুনিক                     প্ৰাচীন ইহলােক                     পৰলোক ইচ্ছা                           অনিচ্ছা উক্ত                           অনুক্ত উর্বৰ                          অনুৰ্বৰ উত্তম                         অধম উত্তৰ                          দক্ষিণ উত্তমর্ণ                       অধমৰ্ণ উৰ্দ্

বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক সমুহ। (National symbols) General Knowledge

Image
              বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক সমুহঃ দেশ                                প্রতীক অষ্ট্রেলিয়া                      কেংগাৰু বাংলাদেশ                     ভেঁট ফুল বার্বাদোজ                     ত্রিশূলৰ মূৰ বেলজিয়াম                   সিংহ কানাডা                        মেপল গছৰ পাত চিলি                             কপিউ ডেনমার্ক                       সাগৰ তীৰ জার্মানী                         গোমধানৰ ফুল গুৱেনা                          কাজে ফিছেন্ট (চৰাই) হংকং                            বাওহিনিয়া (অর্কিড গছ) ভাৰত                            সাৰনাথৰ অশােক                                                স্তম্ভৰশীর্ষভাগৰ প্ৰতিৰূপ                                  ইৰাণ                             গােলাপ আয়াৰলেণ্ড                    শামৰক ইজৰাইল                        ডেভিদৰ তাৰকা ইটালী                            বগা ভেঁট ফুল আইভৰি কোষ্ট                হাতী জাপান                           ক্রিছেনথেমাম দেশ                               প্রতীক লেবানন                         কেডাৰ গছ লা

খেল-জগত (Sports and games) Q&A General Knowledge

Image
                              খেল-জগত প্ৰশ্নোত্তৰ                            (Sports and games Q&A) ১। প্রথম এছিয়ান গেমছত ভাৰতে কোন দেশক পৰাভূত কৰি সােণৰ পদক লাভ কৰিছিল ? উ: ইৰাণ। ২। ১৯৯৮ চনত বেংককত অনুষ্ঠিত হােৱা ত্রয়ােদশ এছিয়ান গেমছৰ ১৫ মিটাৰ ট্ৰেক আৰু ফিল্ড ইভেন্টত সােণৰ পদক অর্জন কৰা প্ৰথম ভাৰতীয়জনৰ নাম কি ? উ: জ্যোতিৰ্ময় শিকদাৰ। ৩। ২০১০ চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হােৱা ঠাইখনৰ নাম কি? উ: নতুন দিল্লী। ৪। এছিয়ান গেমছত পােন প্রথমবাৰৰ বাবে সােণৰ পদক লাভ কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? উ: কমলজিৎ সন্ধু। ৫। প্রথম এছিয়ান গেমছত ভাৰতে কিমানটা সােণৰ পদক লাভ কৰিছিল?  উ: ১৭ টা। লিচু কৰিছিল ?তি, নিরালীর রাSIF মাদার চক2 । এর ৬। এদিনীয়া আন্তর্জাতিক ক্রিকেট খেলত হেট্রিক অর্জনক প্রথম ভাৰতীয় খেলুৱৈগৰাকী কোন? উ: চেতন শৰ্মা। ৭। কিমান চনত লিয়েণ্ডাৰ পেজআৰুমহেশ ভূপতিয়ে উইম্বলডনৰ পুৰুষৰ ডাবলছ খিতাপলাভ কৰে?  উ: ১৯৯৯ চনত। ৮। ২০০৯ চনৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰা মহিলা ক্রীড়াবিদজনৰ নাম কি?  উ: এম চি মেৰিক'ম। ৯। নিজৰ টেষ্ট ক্রিকেট কেৰিয়াৰত সুনীল গাভাস্কাৰে মুঠ কেইটা শতক অর্জন কৰিছিল ? উ:

ভাৰতীয় ৰাজনীতি। প্ৰশ্নোত্তৰ (Q&A) General Knowledge

Image
                                ভাৰতীয় ৰাজনীতি                         প্ৰশ্নোত্তৰ (Questions & Answers) ১। ৰাজ্যসভাৰ অধ্যক্ষ কোন? উ: উপ-ৰাষ্ট্ৰপতি। ২। ৰাষ্ট্রপতিয়ে লােকসভাত সংখ্যাগৰিষ্ঠতা অর্জন কৰা দলৰ নেতাজনক কি পদত নিযুক্তি দিয়ে? উ: প্ৰধান মন্ত্ৰী। ৩। কেবিনেট মন্ত্রী পৰিষদ সমূহীয়াকৈ কাৰ ওচৰত দায়ী? উ: লোকসভা। ৪। ভাৰতবৰ্ষৰ মহান্যায়বাদীক কোনে নিযুক্তি দিয়ে? উ: ৰাষ্ট্ৰপতি। ৫। ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? উ: ৰাজ্যপাল। ৬। কেন্দ্রীয় মন্ত্রী পৰিষদৰ মুৰব্বী কোন? উ: প্ৰধান মন্ত্ৰী। ৭। চহৰ এখনৰ কোনটো প্রশাসনীয় গােটক স্থানীয়ভাৱে নির্বাচন কৰা হয়? উ: নগৰপালিকা নিগম বা পৌৰ নিগম। ৮। ভাৰতত ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন? উ: ৰাজ্যপাল। ৯। ভাৰতবৰ্ষৰ সংসদৰ সভা দুখনৰ নাম কি ? উ: লোকসভা আৰু ৰাজ্যসভা। ১০। লােকসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হােৱা প্রয়ােজন? উ: ২৫ বছৰ। ১১। ভাৰতৰ ৰাষ্ট্রপতিয়ে লােকসভালৈ কিমানজন সদস্য মনােনীত কৰিব পাৰে? উ: দুজন সদস্য। ১২। লােকসভাৰ অধ্যক্ষ কোনে নির্বাচিত কৰে ? উ: লোকসভাৰ সদস্যসকলে। ১৩। কেন্দ্রীয় কেবিনেট মন্ত্রীসকলক কোনে

ভাৰতৰ ভূগোল। সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ (General Knowledge)

Image
                                  ভাৰতৰ ভূগোল                   প্ৰশ্নোত্তৰ (Questions & Answers)                   ১। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সর্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে? উ: কৰ্ণাটক। ২। ভাৰতবৰ্ষৰ কোনখন চহৰক পিং চিটি বুলি জনা যায়? উ: জয়পুৰ। ৩। ভাৰত-পাক সীমান্তত অৱস্থিত বিশ্বৰ দীর্ঘতম তুষাৰ নদীখনৰ নাম কি ? উ: চিয়াচেন হিমবাহ। ৪। ভাৰত উপমহাদেশে মাটিকালিৰ হিচাপত কিমান ঠাই আগুৰি আছে? উ: ৩২,৮৭,২৬৩ বৰ্গ কিঃমিঃ (প্ৰায়)। ৫। ভাৰতবৰ্ষৰ সমুদ্রতট ৰেখাৰ মুঠ দৈর্ঘ্য কিমান? উ: ৭,৫১৬.৫ বৰ্গ কিঃমিঃ (প্ৰায়) ৬। ভাৰতৰ চেন্নাইত অৱস্থিত দীর্ঘতম সমুদ্র তীৰ (বীচ্ছ)টোৰ নাম কি? উ: মেৰীনা বীচ্চ। ৭। ভাৰতবৰ্ষৰ বৃহত্তম লুণীয়া পানীৰ হ্রদটোৰ নাম কি? উ: চিল্কা হ্ৰদ। ৮। ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যােৱা অক্ষৰেখাডালৰ নাম কি ? উ: কৰ্কটক্ৰান্তি ৰেখা। ৯। ভাৰতৰ ভূ-ভাগত থকা আগ্নেয়গিৰি বিশিষ্ট দ্বীপ দুটাৰ নাম কি? উ: নাৰকোণ্ডম আৰু বেৰেন। ১০। আন্দামান দ্বীপপুঞ্জৰ নিকটতম বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ? উ: ম্যানমাৰ। ১১। কাঞ্চীপুৰম ঠাইডােখৰ কোনখন ৰাজ্যত অৱস্থিত? উ: তামিলনাডু। ১২। ভাৰতবৰ্ষৰ পশ্চিম উপকূলত অৱস্থিত মাহে অঞ্চল কো

আমাৰ দেশৰ কিছু তথ্যৰ প্ৰশ্নোত্তৰ (Questions and Answers) সাধাৰণ জ্ঞান।

Image
                      আমাৰ দেশৰ কিছু তথ্যৰ             প্ৰশ্নোত্তৰ (Questions and Answers) ১। ভাৰতবৰ্ষৰ সর্বপ্রথম পাৰমাণবিক শক্তি কেন্দ্ৰটো কোনখন ঠাইত অৱস্থিত? উ: তাৰাপুৰ (মহাৰাষ্ট্ৰ) ২। ভাৰতবৰ্ষৰ সর্ববৃহৎ সংগ্রহালয় কোনটো ? উ: ইণ্ডিয়ান মিউজিয়াম (কলকাতা) ৩। ভাৰতৰ বিলাসী ৰে'ল The Palace on Wheels-এ ক’ৰ পৰা যাত্ৰা আৰম্ভ কৰে ? উ: দিল্লীৰ কেন্টনমেন্টনৰ পৰা । ৪। কর্ণাটকৰ শ্ৰাৱণবেলাগােলাত অৱস্থিত ভাৰতবৰ্ষৰ সর্বোচ্চ মূর্তিটোৰ নাম কি ? উ: শ্ৰীগোমতেশ্বৰ মূৰ্তি বা ভগৱান বাহুবলী। ৫। ভাৰতবৰ্ষৰ দীর্ঘতম সুৰংগ কোনটো ? উ: জৱাহৰ সুৰংগ। ৬। মাউন্ট এভাৰেষ্ট আৰােহণ কৰা প্রথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি ? উ: বাচেন্দ্ৰী পাল ( ১৯৮৪) ৭। কিমানটা গুহা লগলাগি অজন্তা গুহা গঠিত হৈছে? উ: ২৯ টা। ৮। ভাৰতীয় বৈদেশিক বাণিজ্য প্রতিষ্ঠান ক'ত অৱস্থিত ? উ: নতুন দিল্লী। ৯। ভাৰতবৰ্ষত এক টকীয়া কাগজী মুদ্রা ছপাকৰণৰ একচেটিয়া স্বত্ব কাক প্রদান কৰা হৈছে? উ: ভাৰত চৰকাৰ। ১০। সর্বাধিক কয়লা উৎপাদন কৰা ৰাজ্যখনৰ নাম কি ? উ: ছত্তীছগঢ় ১১। ভাৰতবৰ্ষত বীমা ব্যৱসায় নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে গঠন কৰা সংস্থাটো কি?  উ: ইঞ্চিউৰেঞ

ভাৰতৰ ইতিহাস (আধুনিক ভাৰত) সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ।

Image
                              আধুনিক ভাৰত                                ১। কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্তু বর্জনৰ দৰে পদক্ষেপৰ সূচনা কৰিছিল? উ: ১৯০৫ চনৰ বংগ বিভাজন। ২। ভাৰতবৰ্ষত ব্রিটিছশাসিত ভূখণ্ডৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল ? উ: ৱাৰেণ হেষ্টিংছ। ৩। ৰবার্ট ক্লাইভ কেতিয়া বংগৰ গৱৰ্ণৰ হৈছিল ? উ: ১৭৬৪ খ্ৰীষ্টাব্দত। ৪। টিপুচুলতান কোন আছিল? উ: তেওঁ মহীশূৰৰ চুলতান আছিল। ৫। ভাৰত স্বাধীন হােৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল ? উ: জে বি কৃপালানি। ৬। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্রাট হিচাপে আনুষ্ঠানিকভাৱে ঘােষণা কৰিছিল ? উ: বাহাদুৰ শ্বাহ জাফৰ। ৭। অন্তিমজন মােগল সম্রাটৰ নাম কি আছিল ? উ: বাহাদুৰ শ্বাহ জাফৰ। ৮। ১৮৫৭ চনৰ বিদ্রোহত কাক পেছােৱা হিচাপে ঘােষণা কৰা হৈছিল ? উ: নানা চাহেব। ৯। কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল ? উ: উমেশ চন্দ্ৰ বেনাৰ্জী। ১০। বৃটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্রাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল ? উ: ১৮৭৭ খ্ৰীষ্টাব্দত। ১১। ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গৱৰ্

ভাৰতৰ ইতিহাস ( মধ্যযুগীয় ভাৰতৰ ইতিহাস) সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ।

Image
                                মধ্যযুগীয়া ভাৰত                                 ১। কেতিয়া আৰু কাৰ কাৰ মাজত তৰাইনৰ প্রথম যুদ্ধ সংঘটিত হৈছিল ? উ: ১১৯১ খ্ৰীষ্টাব্দত পৃথ্বিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত। ২। কোনজন চুলতানে অশােক স্তম্ভ দিল্লীলৈ স্থানান্তৰিত কৰিছিল ? উ: ফিৰোজ শ্বাহ টোগলক। ৩। দাস বংশৰ চুলতানসকলে ভাৰতবৰ্ষৰ ক'ত ৰাজধানী স্থাপন কৰিছিল? উ: দিল্লী। ৪। খিলিজী বংশৰ প্রথম চুলতানজনৰ নাম কি? উ: জালালুদ্দিন খিলিজী। ৫। আলাউদ্দিন খিলিজীৰ ৰাজত্বকালত দিল্লী ভ্রমণ কৰা আফ্রিকীয় ভ্রমণকাৰীজনৰ নাম কি আছিল ? উ: ইবন বতুতা। ৬। টোগল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ? উ: গিয়াছুদ্দিন টোগলক। ৭৷ গিয়াছুদ্দিন টোগলকৰ উত্তৰাধিকাৰী কোন আছিল ? উ: মহম্মদ বিন টোগলক। ৮। দিল্লীৰ প্ৰথমজন আফগান চুলতান বুলি কাক কোৱা হয়? উ: বাহল'ল লোডী। ৯। আগ্রাৰ ওচৰৰ কোনখন ঠাই ছিকন্দৰ লােডীৰ নামেৰে নামকৰণ কৰা হয়? উ: ছিকন্দৰবাদ। ১০। ব্রিটিছ ইষ্টইণ্ডিয়া কোম্পানীয়ে তেওঁলােকৰ প্রথম বাণিজ্যিক কেন্দ্র ক’ত স্থাপন কৰিছিল ? উ: চুৰাট। ১১। কেতিয়া আৰু কাৰ কাৰ মাজত প্রথম পানিপথৰ যুদ্ধ সংঘটিত হৈছিল ? উ: ১৫২৬ খ্ৰীষ্টাব্দত ইব্ৰাহীম লোডী আ

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

Image
  অনুৰূপ শব্দঃ আচল শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ আচল শব্দৰ আগত বা পিছত একে নিচিনা অথচ অর্থশূন্য যিবােৰ শব্দ ব্যৱহাৰ কৰা হয়, সেই শব্দবােৰক অনুৰূপ শব্দ বােলে। যেনেঃ মাছ-তাছ, চাহ-তাহ, ডা-ডাঙৰীয়া, ভাত-চাত, ঘৰ-চৰ ইত্যাদি।       অনুৰূপ শব্দ তিনি প্রকাৰৰঃ (ক) অনুকাৰ অনুৰূপঃ মূল শব্দৰ পিছত প্ৰায় একে নিচিনা অথচ অর্থশূন্য যিবােৰ শব্দ যােগ কৰা হয়, সেইবােৰক অনুকাৰ অনুৰূপ শব্দ বােলে। যেনেঃ মাছ-তাছ, ভাত-চাত, টকা-চকা, কিতাপ-চিতাপ, পুথি-চুথি ইত্যাদি। (খ) দ্বিৰুক্ত অনুৰূপঃ কেতিয়াবা মূল শব্দৰ আদিধ্বনিত জোৰ দি ধ্বনিটো দ্বিৰুক্তি কৰা হয়, এনে অনুৰূপ শব্দ দ্বিৰুক্ত অনুৰূপ শব্দ বােলে। যেনেঃ জা-জলপান, পা-পইচা, বা-বাতৰি, ডা- ডাঙৰীয়া ইত্যাদি। (গ) যুৰীয়া বা অনিয়মিত অনুৰূপঃ কেতিয়াবা বেলেগ উচ্চাৰণযুক্ত যুৰীয়া শব্দ ব্যৱহাৰ কৰি অনুৰূপ শব্দ কৰা হয়। এইবােৰক যুৰীয়া বা অনিয়মিত অনুৰূপ বােলে। যেনে‍ঃ চাকৰ নাকৰ, তেল-কুৰ, ৰূপ-বান, মা-মছলা, জা-জলপান ইত্যাদি। অনুকাৰ শব্দ বা ধ্বন্যাত্মক শব্দঃ কোনাে ধ্বনি বা জীৱ-জন্তুৰ মাত অনুকৰণ কৰি যি শব্দ তৈয়াৰ কৰা হয়, তাক অনুকাৰ শব্দ বােলে।  যেনেঃ কেৰ কেৰ, মেৰ মেৰ, হিৰ হিৰ, কা

অব্যয়, অব্যয়ৰ প্ৰকাৰ, ব্যৱহাৰ। অসমীয়া ব্যাকৰণ।

Image
  অব্যয়ঃ     যিবােৰ শব্দৰ লিঙ্গ, বচন, বিভক্তি আদি কোনাে পৰিৱৰ্তন নহয়, তাক অব্যয় শব্দ বােলে।      অব্যয় শব্দ সাত প্রকাৰৰঃ (১) সংযােজক বা যােজক অব্যয়  (২) বিয়ােজক অব্যয়  (৩)ভাববােধক অব্যয়  (4) সম্বােধনবােধক অব্যয়  (5) প্রশ্নবােধক অব্যয়  (৬) সমিধানবােধক অব্যয় আৰু  (৭) আনুষঙ্গিক অব্যয়।     ১। সংযােজক বা যােজক অব্যয়ঃ যি অব্যয়ে দুটা বা তাতকৈ বেছি পদ বা বাক্যক যােগ কৰে, তাকে যােজক অব্যয় বােলে। যেনেঃ আৰু, এতেকে, কাৰণ, কাৰণে আদি। ব্যৱহাৰঃ আৰুঃ তেওঁ আৰু মই যাম। সি ভাত খাই আছিল আৰু মই পঢ়ি আছিলোঁ। এতেকেঃ বিদ্যাই পৰম ধন এতেকে কায়মনােবাক্যে বিদ্যা শিক্ষা কৰা। কাৰণঃ মই নাযাওঁ, কাৰণ মােৰ বিশেষ কাম আছে। কাৰণেঃ মই যাব নােৱাৰাে কাৰণে তাকেই পঠাইছাে।      ২।বিয়ােজক অব্যয়ঃ যি অব্যয়ে দুটা পদ বা বাক্যক পৃথক কৰে তাকে বিয়ােজক অব্যয় বােলে। যেনেঃ বা, নাইবা, নতুবা, তথাপি, কিন্তু ইত্যাদি। ব্যৱহাৰঃ বাঃ ৰাম বা মই যাম। তুমি ইয়ালৈ আহিবা বা সিয়ে তােমাৰ ওচৰলৈ যাব। নাইবা, নতুবাঃ এটা পদুমফুল নাইবা (নতুবা) এটা কচুপাত আঁকা। ভিতৰলৈ আহা নইবা (নতুবা) ঘৰলৈ যােৱা। অথবাঃ চাকৰি-বাকৰিকে কৰা অথবা খেতি